DC Kamrup Metro Recruitment 2020 :নমস্কাৰ বন্ধু বান্ধৱী সকল।কামৰূপ মেট্ৰ জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ১২ টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া। ইচ্ছুক আৰু আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
আবেদনৰ অন্তিম দিন(Last Date):৮ চেপ্তেম্বৰ, ২০২০
পদৰ নাম(Post Name): অৰুণোদয় সহায়ক
পদৰ সংখ্যা(Total Post):১২ টা
আবেদন প্ৰক্ৰিয়া:অফলাইন।
শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা(Education Qualification):
- আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হব লাগিব ।
- অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব।
- অসমৰ যিকোনো জিলাৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন।
বয়স(Age):৩৫ বছৰৰ ভিতৰত হ'ব লগিব।
দৰমহা(pay):প্ৰতিমাহে ১৫,০০০ টকা ।
আবেদন মাচুল: কোনো ধৰণৰ আবেদন মাচুল নালাগে ।
কিদৰে আৱেদন কৰিব লাগিব(How to Apply):
ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া ঠিকনাত ষ্টেন্ডাৰ্ড এপ্লিকেচন ফৰ্মৰ লগত প্ৰয়োজনীয় নথিপত্ৰসমূহ ৮ চেপ্তেম্বৰ,২০২০ ৰ ভিতৰত পঠিয়াব লাগিব । প্ৰাৰ্থীয়ে নিজ নিজ email id আৰু Phone no ফৰ্মখনত লিখিব লাগিব ।
ঠিকনা:
O/o The Deputy Commissioner, Kamrup Metropolitan District, MG Road, Pan Bazaar, Guwahati, Assam 781001
প্ৰয়োজনীয় নথিপত্ৰসমূহ:
- Graduation certificate
- 1 year Computer diploma certificate
- Age Proof
- Address Proof
বিজ্ঞাপনটো পঢ়িব পাৰে- ইয়াত ক্লিক কৰক
Please do not enter any spam link in the comment box