Industries & Commerce Recruitment 2020(খালী পদ ২৪৫ টা,অৰ্হতা- হায়াৰ ছেকেণ্ডেৰী)
Industries & Commerce Recruitment 2020: নমস্কাৰ বন্ধু বান্ধৱী সকল।Industries & Commerce, অসম বিভাগত শেহতীয়াকৈ মুকলি হৈছে 245 টা খালী পদ ।আপুনি কেনেকৈ আবেদন কৰিব আৰু ইয়াৰ বাবে কি কি দৰকাৰ তলত আলোচনা কৰা হৈছে আৰু যদি কিবা অসুবিধা পাই apply কৰাত comment Box ot জনাব ।
খালী পদৰ নাম - Enumerator
খালী পদৰ সংখ্যা-২৪৫ টা
জিলাভিত্তিক খালী পদ -
- Baksa 2
- Barpeta 8
- Bongaigaon 5
- Cachar 7
- Darrang 7
- Dhemaji 3
- Dhubri 6
- Dibrugarh 17
- Dima Hasao 2
- Goalpara 4
- Golaghat 11
- Hailakandi 2
- Jorhat 7
- Kamrup 36
- Kamrup (M) 43
- Karbi Anaglong 3
- Karimganj 4
- Kokrajhar 3
- Lakhimpur 7
- Morigaon 7
- Nagaon 16
- Nalbari 8
- Sivasagar 12
- Sonitpur 10
- Tinsukia 11
- Udalguri 2
- Majuli 2
মাননী (Pay Scale):
প্ৰতি দিনে 400.00 টকাৰ লগতে 200. 00 টকা Conveyances & mobile data usage ৰ বাবদ প্ৰতি দিনে ১০ টা ছাৰ্ভে কৰা বাবদ দিয়া হব ।
শিক্ষাগত অৰ্হতা:
হায়াৰ ছেকেণ্ডেৰী পাছ । লগতে ৬ মহীয়া Diploma/ Certificate in Computer Proficiency । আবেদনকাৰী প্ৰাৰ্থীসকলৰ smart phone / Tablet/ Laptop যিকোনো এটা থাকিব লাগিব ।
কিদৰে আবেদন কৰিব:
ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি লগতে তলত দিয়া ডকুমেন্ট সমূহ গাঠি দি নিজ নিজ জিলাত থকা District Industries & Commerce Centre ৪ চেপ্তেম্বৰ, ২০২০ ৰ ভিতৰত আবেদন কৰিব লাগিব । ডকুমেন্টসমূহ হৈছে -
- Latest passport photo-
- Class XII or above pass certificate
- Birth Certificate/ Certificate of HSLC examination
- Computer Diploma/ Certificate
Please do not enter any spam link in the comment box