Type Here to Get Search Results !

DC office Dibrugarh Jobs 2020(ডিব্ৰুগড় ডিচি অফিচত মুকলি ২৬ টা পদত চাকৰি,দৰমহা হব ১৫ হাজাৰ)

DC office Dibrugarh Jobs 2020(ডিব্ৰুগড় ডিচি অফিচত মুকলি ২৬ টা পদত চাকৰি,দৰমহা হব ১৫ হাজাৰ)


DC office Dibrugarh Recruitment 2020:নমস্কাৰ বন্ধু বান্ধৱী সকল।ডিব্ৰুগড় জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ১২ টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া। ইচ্ছুক আৰু আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।

ডিব্ৰুগড় ডিচি অফিচত মুকলি ২৬ টা পদত চাকৰি


আবেদনৰ অন্তিম দিন(Last Date):৯ চেপ্তেম্বৰ, ২০২০

আবেদন প্ৰক্ৰিয়া:অফলাইন।  

পদৰ নাম(Post Name): অৰুণোদয় সহায়ক 

পদৰ সংখ্যা(Total Post):২৬ টা


শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা(Education Qualification):

  • আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হব লাগিব ।
  • অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব।
  • অকল ডিব্ৰুগড় জিলাৰ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব ।


বয়স (Age):৩৫ বছৰৰ ভিতৰত হ'ব লগিব।

দৰমহা (Salary):প্ৰতিমাহে ১৫,০০০ টকা । 

আবেদন মাচুল: কোনো ধৰণৰ আবেদন মাচুল নালাগে ।


কিদৰে আৱেদন কৰিব লাগিব (How to Apply): 

ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিলআপ কৰি 10-00 AM on 6th September 2020 ৰ পৰা 05-00 PM on 9th September, 2020 ৰ ভিতৰত orunodaisahayakdbr@gmail.comত প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে PDF ফৰমেটত পঠিয়াব লাগিব । আবেদন ফৰ্ম ৬ চেপ্তেম্বৰ ৰাতিপুৱা ১০ বজাৰ পাছতহে উপলব্ধ হব ।


ঠিকনা:

orunodaisahayakdbr@gmail.com

বিজ্ঞাপনটো পঢ়িব পাৰে- ইয়াত ক্লিক কৰক

লগতে পঢ়ক:

DC Kamrup Metro Recruitment 2020 (গুৱাহাটীৰ ডিচি অফিচত মুকলি ১২ টা পদত চাকৰি)

Important Assamese Gk question & answers-PDF Download (Part 1)


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.