Type Here to Get Search Results !

DHS, Assam Recruitment 2020 (স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ)

DHS, Assam Recruitment 2020 (স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ)

DHS, Assam Recruitment 2020: নমস্কাৰ বন্ধু বান্ধৱী সকল।অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে আন এক বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া।সৰ্বমুঠ  813 টা পদ খালী হৈছে যত  157 টা পদ (Non-Technical) আৰু 656 টা পদ (Technical) । আজি আমি 157 টা (Non-Technical) পদসমূহৰ বিষয়ে আপোনালোকক জনাম। ইচ্ছুক আৰু আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।

স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ


                                       Non-Technical

  • অনলাইন আবেদন আৰম্ভণী:10th September, 2020 
  • অনলাইন আবেদনৰ অন্তিম দিন:24th September,2020
  • বয়স:১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) 
  • চাকৰিৰ স্থান:West Karbi Anglong, South Saimara-Mankachar, Majuli, Charaideo, Hojai & Biswanath Chariali লগতে অসমৰ বিভিন্ন জিলাত থকা হস্পিটালসমূহ ।


1.Health Educator (হেল্থ ইডুকেটৰ)

  • খালী পদ : 56 টা
  • দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
  • শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।


2.Store Keeper (ষ্টৰ কিপাৰ)

  • খালী পদ : 9 টা
  • দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
  • শিক্ষাগত অৰ্হতা : HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।


3. Junior Assistant/ LDA (জুনিয়ৰ এছিছটেন্ট)

  • খালী পদ : 60  টা
  • দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
  • শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।


4. Account Asstt. cum Cashier(কেছিয়াৰ)

  • খালী পদ : 7  টা
  • দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
  • শিক্ষাগত অৰ্হতা : কমাৰ্চ গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।

5. Statistical Assistant (ষ্টেটেচটিকেল এছিছটেন্ট)

  • খালী পদ : 6  টা
  • দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
  • শিক্ষাগত অৰ্হতা : গ্ৰেডুৱেট (Statistics or Economics or Mathematics বিষয়ত) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।

6. Account Finance (একাউন্ট ফাইনেন্স  )

  • খালী পদ : 13 টা
  • দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.
  • শিক্ষাগত অৰ্হতা : বি.কম পাছ লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।

7. Statistical Clerk (ষ্টেটেচটিকেল কালৰ্ক)

  • খালী পদ : 6 টা
  • দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-
  • শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
চৰকাৰী বিজ্ঞাপন:(DOWNLOAD)


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.